চাহ শ্ৰমিকৰ জীৱন গাথা
ৰাতিপুৱা ৭:৩০ বজাৰপৰা সন্ধিয়া ৪:৩০ বজালৈ টুকুৰি মুৰত লৈ চাহ পাত তুলাত ব্যস্ত থকাৰ পিছত চুটিৰ সময় নিজৰ নিজৰ চৌকা তথা ঘৰৰ বাৱে মুৰত খুড়ি লৈ আমাৰ মাঁ -দেউতা সকলৰ জীৱন নিৰ্বাহ ।
এডোখৰ মাটি জীয়াই থাকিবলৈ বিচাৰি আছে শুনিবনে তেওঁলোকৰ মনৰ কথা।
দৈনিক হাজিৰা ২০৫ টকা সপ্তাহিক ১২৩০ টকা পৰিয়াল চলাই চাওক কিমান কষ্টকৰ ।
মূল্যবৃদ্ধিত তথাপি ও তেওঁলোকে চিয়ৰা নাই নিজৰ ক্ষমতা অনুযাই জীৱন নিৰ্বাহ কৰি আছে আৰু কৰি যাৱ।
পৰিবৰ্তন কিবা হৈছে নে?
ৰাজনীতি কৰা সকলক সাৱধান সময় আহিব এদিন সৃষ্টিকৰ্তাই সকলোৰে প্ৰতিফল ভূগিব লাগিৱ।

Social Plugin