Valentine's Day Special



  ❤️Valentine's Day Special ---


নাৰীৰ সতিত্ব -- Valentine day আহিলে single যুৱক সমাজ বিষন্ন হোৱা দেখা যায়




 Women's Chastity -- When Valentine's Day comes, single young people are depressed because they don't know if my future wife is at home today or what she is doing with someone.  It's depressing to think about it.  I tell them that not only girls but also many boys are ruined on this day.  Now come to the fact, in different religious texts , in different societies, more attention has been paid to the chastity of women.  This does not mean that this rule is made to prevent women from having fun.  Women's chastity really matters , and women can stay chaste, so it was the rule for women to be widows because women could, there is no rule for men to be away because men can't.  Female chastity is important because women are born with egg cells at birth, men are not born with sperm , men have to produce.  Men have to produce to give birth so men have to produce / earn money for the world.  All the work left to be done is for men and all the work that has been done is for women.  Women are born complete because XX chromosome , men are born incomplete because XY chromosome , so men are more violent.

 There is more emphasis on marrying a chaste woman because a man cannot get rid of work unless he has intercourse with a chaste woman. Therefore, it is more important to marry a chaste girl in a religious country.  Therefore, in countries where women lose their virginity before marriage, men get married at the age of 60-7  They are married 4-5 times in their lives.  Since we are following that society, that day is not far off in our country.


Assamese . ........... 

❤️❤️🙂Valentine day special ---

নাৰীৰ সতিত্ব -- Valentine day আহিলে single যুৱক সমাজ বিষন্ন হোৱা দেখা যায় কাৰণ তেওঁলোক ভাবে মোৰ হবলগা জনী আজি ঘৰত আছে নে কাৰোবাৰ লগত কি কৰি আছে ঠিক নাই। এইটো ভাবি বিষন্ন হৈ যায়। তেওঁলোকক কওঁ এই দিনত কেৱল ছোৱালী নহয় বহুত লৰাও নষ্ট হয়। এতিয়া আছল কথাত আহক, বিভিন্ন ধৰ্ম গ্ৰন্থত , বিভিন্ন সমাজত নাৰীৰ সতিত্বৰ কথাত বেছি মনোযোগ দিয়া হৈছে। তাৰ অৰ্থ এইটো নহয় যে নাৰীৰ ফুৰ্তিত বাধা দিবলৈ এই নিয়ম কৰা হৈছে। নাৰীৰ সতিত্বৰ সঁচাকৈ গুৰুত্ব আছে , আৰু নাৰী পাৰে সতী থাকিব, সেইকাৰণে নাৰীৰ বিধবা থকাৰ নিয়ম আছিল কাৰণ নাৰী পাৰিছিল, পুৰুষ বিদূৰ থকাৰ নিয়ম নাই কাৰণ পুৰুষ নোৱাৰেও। নাৰীৰ সতিত্বৰ গুৰুত্ব আছে কাৰণ নাৰী জন্মৰ সময়ত অণ্ড কোষ লৈ জন্ম হয়, পুৰুষ শুক্ৰানু লৈ জন্ম নহয় , পুৰুষে উৎপাদন কৰিব লাগে। জন্ম দিবলৈ পুৰুষে উৎপাদন কৰিব লাগে সেইকাৰণে সংসাৰৰ বাবে পুৰুষেই অৰ্থ উৎপাদন / উপাৰ্জন কৰিব লাগে। যিমান কাম কৰিবলৈ বাকী সিমান কাম পুৰুষৰ আৰু যিমান কাম হৈ গল সিমান কাম নাৰীৰ। নাৰী জন্ম মাত্ৰে সম্পূৰ্ণ কাৰণ XX ক্ৰমজম , পুৰুষ জন্ম মাত্ৰে অসম্পূৰ্ণ কাৰণ XY ক্ৰমজম , সেইকাৰণে পুৰুষ বেছি উৎপাত কৰে। 

সতী নাৰী বিয়া পতাত গুৰুত্ব বেছি দিয়া হয় কাৰণ সতী নাৰীৰ লগত সহবাস নকৰালৈকে এজন মানুহ কামৰ পৰা মুক্তি পাব নোৱাৰে, সেইকাৰণে ধাৰ্মিক দেশত সতী ছোৱালী বিয়া পতাৰ গুৰুত্ব বেছি। সেইকাৰণে যিখন দেশত নাৰী বিয়াৰ আগত সতিত্ব হেৰায় সেই দেশত পুৰুষ 60-70 বছৰ বয়সতো বিয়া পতা দেখা যায়। জীৱনত 4 -5 বাৰ বিয়া পতা দেখা যায়। যিহেতু আমি সেই সমাজক অনুসৰণ কৰি আছোঁ গতিকে আমাৰ দেশতো সেইদিন বেছি দূৰত নাই ।