ভাৰতীয় চাহ বৰ্ডৰ মানৱ সম্পদ বিকাশ আঁচনিৰ অধীনত প্ৰতক্ষ্য ভাবে চাহ শ্ৰমিকৰ বাবে থকা সুবিধাসমূহ

 ভাৰতীয় চাহ  বৰ্ডৰ চাহ আৰু উন্নয়ন আঁচনিৰ অধীনত চাহ শ্ৰমিকৰ লগতে তেওঁলোকৰ  লৰা- ছোৱালী আৰু শ্ৰমিকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিৰ বাবে মানৱ সম্পদ বিকাশ আঁচনি সমূহ-

        ভাৰতীয় চাহ বৰ্ডৰ মানৱ সম্পদ বিকাশ আঁচনিৰ অধীনত প্ৰতক্ষ্য ভাবে চাহ শ্ৰমিকৰ বাবে থকা সুবিধাসমূহ                    
১/ স্বাস্থ্য      
(ক) চাহ শ্ৰমিকৰ ওপৰত নিৰ্ভৰ ৰোগীৰ  বাবে ৫০,০০০,০০ টকালৈকে খৰছ বহন
(খ) বিশেষভাৱে  সক্ষম লোক, কেঞ্চাৰ ৰোগী , হৃদৰোগী, বৃক্ক সংস্হাপন বাবে আৰ্থিক সাহাৰ্য্য।    । 
 সৰ্বমুঠ ৫০,০০০,০০  টকালৈকে খৰছ বহন।
২/ শিক্ষা     
(ক) চাহ শ্ৰমিকৰ  লৰা-ছোৱালীৰ বাবে শৈক্ষিক অনুদান
(খ) বছৰেকীয়া টিউচনৰ মাচুলৰ বাবদ সৰ্বমুঠ ২০,০০০,০০ টকা বছৰেকীয়া অনুদান।
(গ) হোষ্টেল মাচুলৰ বাবদ মুঠ খৰছৰ দুই তৃতীয়াংশ বা সৰ্বাধিক ২০,০০০,০০ টকালৈকে অনুদান।
(ঘ) প্রাথমিক বিদ্যালয়ৰ পৰা স্নাতকোত্তৰলৈ, কাৰিকৰী তথ্য শিক্ষাৰ শিক্ষাৰ্থীয়েও  এই সুবিধা ল'ব পাৰিব। এটা পৰিয়ালৰ দুজন  শিক্ষাৰ্থীয়ে  এই সুবিধা ল'ব পাৰিব।
(ঙ) নেহেৰু বঁটাৰ বিশেষ আঁচনি
(চ) চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী যিয়ে দশম আৰু দ্বাদশ শ্ৰেণীৰ ৬০% পাই উত্তীর্ণ হয়। তেওঁলোকক ক্রমে ৮,০০০.০০ টকা আৰু ১০,০০০.০০ টকাৰ এককালীন সাহায্য দিয়া হয়।
(ছ)  বন্ধ হৈ থকা প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত হোৱা চাহ বাগানৰ শ্ৰমিকৰ প্ৰত্যেক লৰা-ছোৱালীৰ বাবদ ৪,০০০,০০ টকা আৰ্থিক অনুদান প্ৰতিবছৰে ।
(জ) কিতাপ আৰু ইউনিফৰ্ম ক্ৰয়ৰ বাবে বছৰেকত আৰ্থিক অনুদান ।
৩ / প্ৰশিক্ষন     
(ক) চাহ শ্রমিক লৰা-ছোৱালী আৰু তেওঁলোকৰ নিৰ্ভৰশীল ব্যক্তিৰ বাবে Vocational Training ৰ ব্যবস্থা ।
(খ) চাহ শ্ৰমিকৰ ল'ৰা-ছোৱালীৰ বাবে Vocational Training ৰ কাৰণে প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠানক প্ৰতিটো পাঠৰ বাবন ২ লাখ টকালৈকে অনুদান
             • ভাৰতীয় চাহ বর্ডে চাহ বাগিছা প্ৰধান অঞ্চলত চিকিৎসালয় আদিতো সাহায্য প্রদান কৰা হয়। প্রয়োজন অনুসৰি চিকিৎসালয়ৰ বিচনা সংৰক্ষণৰ বাবেও অনুদান প্ৰদান কৰা হয়।

• চাহ খেতি হোৱা প্ৰধান ৰাজ্যসমূহত ভাৰত স্কাউট আৰু গাইডকো আর্থিক সাহয্য প্রদান কৰা হয়।
• আঁচনি সমূহ বিশেষভাবে জানিবলৈ ওচৰৰ চাহ বৰ্ডৰ কাৰ্য্যালয়ত যোগাযোগ কৰক।
       ভাৰতীয় চাহ বৰ্ডৰ দ্বাৰা প্ৰচাৰিত        
                                                           



 







 
অধিক জানিবলৈ তলত দিয়া লিংক ক্লিক কৰক