অসমত প্ৰথম চাহ খেতিৰ আৰম্ভণি

 অসমৰ চাহ উদ্যোগ প্ৰায় ১৭২ বছৰ পুৰণি। ই এক গুৰুত্বপূৰ্ণ স্থান দখল কৰাৰ লগতে ৰাষ্ট্ৰীয় অৰ্থনীতিত অতি উপযোগী ভূমিকা পালন কৰে। ১৮২৩ চনত ৰবাৰ্ট ব্ৰুছে ওপৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বনৰীয়াকৈ গজা চাহ গছ আৱিষ্কাৰ কৰে। পূৰ্বৰ লখিমপুৰ জিলাত ১৮৩৩ চনত চৰকাৰে এখন চাহবাগিচা আৰম্ভ কৰিছিল। #mk_monjit