Help us:- 100 rupees
আনহাতে সেই শিশুটোৱেই ডাঙৰ হৈ কোনোবা নাৰীৰ স্তন চাই তাইক ধৰ্ষণ কৰাৰ ইচ্ছা পুহি ৰাখে মনত । তাইক উদেশ্য কৰি বেয়া কথা কয়, বেয়া ভাবে ইংগিত দিয়ে
আৰু পাহৰি যায় তেওঁৰ অতীতৰ কথা ।
নাৰীক নাৰী দিবসৰ শুভেচ্ছা বাণী প্ৰচাৰ কৰিব নালাগে , নাৰী নিৰ্যাতন বন্ধ কৰাৰ আন্দোলনো কৰিব নালাগে । যিদিনা ওচৰেদি খোজকাঢ়ি যোৱা নাৰীৰ স্তনৰ পিনে লুভীয়া দৃষ্টিৰে নাচাব , তাইৰ শৰীৰ চাই বেলেগ ইংগিত নিদিব , নাৰীৰ শৰীৰক খাদ্য বুলি নাভাবিব আৰু পুৰুষেও নিজকে পুৰুষ বুলি নাভাবি মানুহ বুলি গণ্য কৰিব সিদিনা পুৰুষে বহুত পূনয়ৰ ফল অৰ্জন কৰিবলৈ সক্ষম হব ।
শেষত আৰু এষাৰ কও যে নাৰীৰ যিটো অংশ চাই আপোনি উত্তেজিত হৈ যায় , বেয়া মন্তব্য দিয়ে নিজৰ অজানিতে আপুনি বন্য পশুলৈ ৰুপানতৰিত হয় সেই অংশৰ নাম হ'ল স্তন (পীহা) । যিটো নাথাকিলে মানব সভ্যতা ৫০ বছৰ পাৰ কৰিব নোৱাৰিলেহেতেন । আৰু সহজ ভাষাত কও আপোনাৰ মোৰ জন্ম নহলহেতেন । মানব জাতিৰ বিকাশ নহলহেতেন সেইকাৰণে নাৰীক সন্মানৰ চকুৰে চাব লাগে । তেওঁলোকক মানুহ বুলি ভাবিব লাগে। মনত ৰাখিব সদায় যে আপোনাৰ মা , আপোনাৰ ভনী , মোৰ মা , মোৰ ভনী ও নাৰীৰ তালিকাত অন্তৰ্ভূক্ত । এখেতসকলক দেখিও কোনোবা পুৰুষে বেয়া ইংগিতৰে চাব পাৰে ।
আহক আমি নিজৰ পৰাই বেয়া মনোভাৱ ত্যাগ কৰি এখন সুন্দৰ সমাজ গঢ়ি তোলো ।
@ পষ্টটোত কিছুমান পুৰুষৰ কথা কোৱা হৈছে , সকলো পুৰুষৰ নহয় । কিছুমান পুৰুষৰ বেয়া মনোভাৱৰ কাৰনে গোটেই পুৰুষ জাতি বদনামৰ ভাগি হয় আৰু কিছুমান নাৰীৰ বেয়া স্ববাবৰ বাবে গোটেই নাৰীজাতিক অপমান কৰা হয় । সকলো মানুহ একে নহয় বুলি কৈ লিখা সামৰিলো ।
English translation ÷
The part of the picture that you first notice is called the breast in correct Assamese. Which can be a piece of meat for many, and a way to rape women for some, and a reason for others to be called" shit" For others, it is a reason to touch in the crowd on a bus or train. But for the baby in the mother's arms, these are nothing. The breast is the only means of survival for the baby.
Just as a small plant grows into a tree by gathering most of its nutrients from the soil, so a child grows into an adult by gathering nutrients from its mother. Or the mother raises him by breastfeeding him. You , me , you all grew up breastfeeding.
The child grows up and looks at a woman's breasts and wants to rape her. They say bad things about her and make bad gestures
And forgets about his past.
Women should not be greeted on Women's Day , nor should they be involved in the movement to stop violence against women. The day you don't look at the breasts of a woman walking by, don't give other gestures by looking at her body, don't think of women's bodies as food and men don't think of themselves as men.
Finally, the part of a woman that you get excited about , make bad comments about and unknowingly turn into a wild animal is called the breast (piha). Without it, human civilization would not have survived 50 years. And simply put, you and I would not have been born. Therefore, women should be treated with respect. Think of them as human beings. Always remember that your mother, your sister, my mother, my sister are also included in the list of women. They may also be looked at by a man with bad gestures.
Let us give up bad attitudes from ourselves and build a beautiful society.
@ The post is about some men, not all men. There are many reasons why you shouldn't go to the gym. There are many reasons why you shouldn't go to the gym. I finished by saying that not all people are the same .
Social Plugin