Privatization of tea estate schools:

 Privatization of tea estate schools:


 A big initiative of the Government of Assam.


 The government has provincialised 419 primary schools, 2 middle English schools and 1 high school in the tea estate areas managed by the tea estate authorities and created 2 assistant teacher posts in each primary school, 3 posts for each middle English school and 6 posts for high schools The decision taken by the Government of Assam for creation is certainly a welcome and groundbreaking step. The government has already provided mid-day meals, books and uniforms to these institutions which have created a total of 850 teacher posts.

         The Government of Assam has already established 100 Model High Schools in tea estates and has taken steps to establish another 100 Model High Schools.



   
        #Assamese translation __________
চাহ বাগিছাৰ বিদ্যালয় প্ৰাদেশিকীকৰণ:

 অসম চৰকাৰৰ বৃহৎ পদক্ষেপ।

 চাহ বাগিছা কতৃপক্ষই পৰিচালনা কৰা চাহ বাগিছা অঞ্চলত থকা ৪১৯খন প্ৰাথমিক বিদ্যালয়, ২খন মধ্য ইংৰাজী বিদ্যালয় আৰু ১খন হাই স্কুল চৰকাৰে প্ৰাদেশিকীকৰণ (Provincialise) কৰাৰ লগতে প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত ২ টাকৈ সহকাৰী শিক্ষকৰ পদ, প্ৰতিখন মধ্য ইংৰাজী বিদ্যালয়ৰ বাবে ৩ টাকৈ আৰু হাই স্কুলৰ বাবে ৬টাকৈ পদ সৃষ্টিৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা কাৰ্য নিশ্চয়কৈ আদৰণীয়, যুগান্তকাৰী পদক্ষেপ । মুঠ ৮৫০ টা শিক্ষকৰ পদ সৃষ্টি কৰা এই শিক্ষানুষ্ঠান সমূহত চৰকাৰে মধ্যাহ্ন ভোজন, কিতাপ বহী, একক সাজ (uniforms) ইতিমধ্যে যোগান ধৰি আছে।
         চাহ ও প্ৰাক্তন চাহজনগোষ্ঠী অধ্যুষিত অঞ্চল সমূহত শৈক্ষিক উন্নয়নৰ বাবে বৰ্তমান চৰকাৰে ন ন আঁচনি গ্ৰহণ কৰি আহিছে।অসম চৰকাৰে ইতিমধ্যে চাহ বাগিছা সমূহত ১০০খন মডেল হাই স্কুল স্থাপন কৰাৰ লগতে আৰু ১০০খন মডেল হাই স্কুল স্থাপনৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে।