What is love ?

 What is love ?

 

 Expression in three words

 Even if you don't

 They tell you

 He seems to tell me a lot

 In the language of anger and love.

 

 In the middle of the busy day

 That's the time of rest

 He calls out a joke

 Hey what are you doing

 The word explains

 What is love ?


 Despite the fatigue of the day

 At the end of the night

 Did you fall asleep?

 That's the story of the day

 If you can't sleep

 The whole day seems incomplete

 Laga

 The unpublished languages

 He seems to say

 That person I love.


 Something unpublished

 Even if you don't

 It flows selflessly

 There are tears in my eyes

 They tell you

 I love that you are mine.


Assamese translation:-

        ভালপোৱা কি ?

 

 তিনিটা শব্দৰে প্ৰকাশ

 নকৰিলেও

 কৈ যায়

 তেওঁ যেন মোক বহুতে কৈ যায়

 খং আৰু মৰমৰ ভাষাৰে ।

 

 দিনৰ ব্যস্ততাৰ মাজৰ

 যে সেই জিৰণি সময় কনত

 এটি ধেমালিয়া মাতে

 ঐ কি কৰিছ অ''''’'

 শব্দ টোৱে বুজায় দিয়ে

 ভালপোৱা কি ?


 দিনৰ ভাগৰ নেওচি

 ৰাতি শেষত

 টুপনি গলি নেকি ঐ

 বুলি দিনটো হৈ যোৱা কাহিনী ৰে

 টুপনি নগলে

 গোটেই দিনটো আধৰুৱা যেন

 লগা

 অপ্ৰকাশিত ভাষা বোৰে

 কৈ যায় তেওঁ যেন

 মোৰ সেই ভালপোৱা ব্যক্তি জন।


 অপ্ৰকাশিত কিছুমান কথা

 নকৰিলেও

 নিস্বাৰ্থ ভাবে বৈ

 অহা দুচকুৰ চকুপানী

 কৈ যায়

 ভালপোৱা যে মোৰ তুমি। 

                                 @monjit kurmi