চাহ পাতৰ দৰে
-------------------------------
চাহ পাতৰ দৰে
বাঢ়ি থাকে মন
চাহনিৰ মাজে মাজে
গলিয়ে গলিয়ে
নাচি ফুৰে মোৰ জীৱন,,,
শিৰীষৰ কুমল ছাঁত
ঝিঙাফুলিয়া আৱেগ
বৃষ্টীণ চাহনিৰ সেউজত
মোৰ দুচকু সজল
চাহৰ পাতৰ দৰে
বাঢ়ি থাকে মন,,,,
সেউজীয়া সুৰ এটা
জীপাল কৰে কলিজা
চাহনিৰ সপোন এটাই
বুকুত ৰছে কবিতা
চাহ পাতৰ দৰে
বুকুত ফুলে এটি কলি !!
XXXXXXXXXXXXXXXXXXX

Social Plugin