I tried to express some of the sad words of a woman,in the form of a story.
Salesman,
My husband is a salesman. Yes, my husband is a salesman, not a doctor, engineer, lawyer or government employee.
None of them are highly educated. He is a man like your husband.
Children from middle / lower middle class families. He had no money to buy a government job, so today he is a salesman.
After college, he applied to many places, held the feet of many leaders, but could not get any job. Because he had no uncle or uncle anywhere. So he is a salesman today.
He is the cause of the annoyance of the rich and noble.
Yet he is not sad.
Every morning I go to work with a little confidence and a smile on my face.I don't know where I do it during the day. When he comes home at night with a smile on his face, he feels like he spent his day happily! He can do the acting well. He doesn't let anyone understand,he hides the pain of disrespect and abuse he gets in different places throughout the day.
Do you know?He can't be trusted well.Who knows when,who,where,how he cheats?
That's probably why some houses have signs on their doors- Dog & Salesman are Not Allowed.
Yes, my husband is a salesman, going from house to house selling goods.
He is not a thief, yet people look at him with suspicion. He is also a human being. Many people abuse him. Many people raise their hands. Yet he talks with a shameless smile.
Because he also has a family. There are many reasons why you shouldn't go to the gym. There are many reasons why you shouldn't go to the gym. There are many reasons why you shouldn't go to the gym.
Who is not a salesman in today's world?
Everyone is a salesman. Doctors, engineers, lawyers, police, teachers all sell ideals, honesty, humanity, conscience and knowledge for money.
Leaders sell the trust of the people.
Everyone is a salesman nowadays.
Assamese translation:-
এগৰাকী মহিলাই দুখেৰে কোৱা কিছুমান কথা,গল্প আকাৰত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলো।
চেলচমেন,
মোৰ পতি এজন চেলচমেন।হয়, মোৰ পতি এজন চেলচমেন, কোনো ডাক্তৰ,ইঞ্জিনিয়াৰ,উকিল বা চৰকাৰী চাকৰিয়াল নহয়।
তেনেকুৱা কোনো উচ্চ শিক্ষিতও নহয়। তেওঁ আপোনাৰ পতিৰ দৰেই এজন মানুহ।
মধ্যবিত্ত / নিম্নমধ্যবিত্ত ঘৰৰ সন্তান। চৰকাৰী চাকৰী কিনিব পৰা তেওঁৰ কোনো টকা নাছিল,সেয়ে আজি তেওঁ চেলচমেন।
কলেজ শেষ কৰি বহুত জেগাত আবেদন দি, বহুত নেতাৰ ভৰিত ধৰি, কোনো চাকৰি গোটাব পৰা নাছিল।কাৰণ কোনো জেগাতেই তেওঁৰ মামা,খুড়া নাছিল।সেয়ে তেওঁ আজি চেলচমেন।
ধনী ও সম্ভ্ৰান্ত ব্যক্তিৰ বিৰুক্তিৰ কাৰণ তেওঁ।
তথাপিও তেওঁৰ মনত অলপো দুখ নাই।
প্রতিদিন ৰাতিপুৱা অলপ আত্মবিশ্বাস ও মুখত হাঁহি লৈ কামত ওলাই যায়।দিনটো ক'ত কি কৰে নাজানো। ৰাতি যেতিয়া মনত ফুৰ্তি,মুখত হাঁহি লৈ ঘৰলৈ আহে,তেতিয়া এনে অনুভৱ হয় যেন কিমান যে আনন্দত পাৰ কৰিলে তেওঁৰ দিনটো! অভিনয়টো তেওঁ ভালেই কৰিব পাৰে। কাকো বুজিবলৈ নিদিয়ে,দিনটো বিভিন্ন জেগাত পোৱা অসন্মান, বেয়া ব্যৱহাৰৰ কষ্টবোৰ নিজৰ মাজতেই লুকুৱাই ৰাখে তেওঁ।
জানেনে?তেওঁক হেনো ভালকৈ বিশ্বাস কৰিব পৰা নাযায়।কেতিয়া,কাক,ক'ত,কিদৰে ঠগোৱায় কোনে জানে?
সেই কাৰনেই চাগে কিছুমান ঘৰৰ দৰ্জাত লিখা থাকে- Dog & Salesman are Not Allowed.
হয়,মোৰ পতি এজন চেলচমেন,মানুহৰ ঘৰে ঘৰে গৈ বস্তু বিক্ৰি কৰে।
তেওঁ চোৰ নহয়,তথাপিও তেওঁক মানুহে সন্ধেহৰ চকুৰে চায়।তেওঁও মানুহ।তথাপি তেওঁক দেখিলে কিছুমানৰ বিৰুক্তি লাগে।খং উঠে। বহুতে গালি-গালাজো কৰে।বহুতে আকৌ হাতো উঠাই।তথাপিও তেওঁ নিলাজৰ দৰে হাঁহি মুখ লৈ কথা পাতে।
কাৰণ, তাৰো এখন সংসাৰ আছে। পত্নী,ল'ৰা-ছোৱালী আছে,তেওঁৰ পেটতো ভোক আছে।মা-দেউতা,পত্নী-সন্তানৰ পতি দায়িত্ব আছে।মোৰ পতিয়ে সংসাৰ খন চলাই লবলৈ কেইটামান টকাৰ বাবে বিভিন্ন বয়-বস্তু বিক্ৰি কৰি ফুৰে।তাত অপৰাধটো ক'ত?
আজিৰ পৃথিৱী খনত চেলচমেন কোনজন মানুহ নহয়?
সকলোৱে চেলচমেন। ডাক্তাৰ, ইঞ্জিনিয়াৰ, উকিল, পুলিচ, শিক্ষক সকলোৱে টকাৰ বিনিময়ত আদর্শ, সততা, মনুষত্ব, বিবেক, বিদ্যা সকলো বিক্ৰি কৰি দিয়ে।
নেতাই জন সাধাৰনৰ বিশ্বাস বিক্ৰি কৰে।
সকলোৱেই আজিকালি চেলচমেন।🔴
✍️ #Monjit Kurmi
⚠️ @Help Us:- 100$
Social Plugin