:: why ?
:: Anyway !
It seems like Priya is hiding something. I didn't tell her anything. One day I went to Shivsagar without taking care of Priya. to propose to her in front of everyone in her house.
Priya's house is not far from Shivsagar. I was on my way to her house from Shivsagar when I saw Priya hanging out with a boy.
I called her immediately. She moved away from the boy and talked to me.
:: What are you doing?
:: I'm going to the temple with my mother. I'll talk to you later.
:: Look back and don't talk for life.
:: Knowledge you are here !
:: Oh, I came to your house to propose. But you are dear! Why did you do this?
:: Dhunu I'm getting married to that guy. My mother has decided what I will do.
:: thank you ..
I didn't say anything to her and left her.
Why did she do this? How can I live without her? Why didn't she tell me once? She is calling me again and again. I haven't answered. I thought I'd ask her what my mistakes were and what she punished me for.
:: Listen, Dhunu!
:: Listen to what you need to hear. You'll be someone else's, you know. How can I live? I don't know what's going to happen. Who will tell me, O empty rice or Dhunu. I love you, Dhunu. I'm going crazy if you're someone else's. Will you be mine, dear?
:: I'm sorry, Dhunu. I can't hurt my mother and father.
:: Oh, don't say that. I can't live without you. Who will tell me, oh Dhunu, sleep, who will tell me the crazy one. I can't. You're just mine. If you weren't, your crazy would be really crazy. Don't leave me, you know. Our love swears
:: Dhunu why are you doing this I am someone else what happened. You'll always find me by your side.
:: O Dhunu...... O Dhunu...... Don't leave me Dhunu...... O Dhunu
She hung up... I haven't heard from her for a long time today. Where did she go? Hey Dhunu, you come back. Don't leave me.
Oh dear why did you break my heart. Why, dear? I want to hear you call me Dhunu once. I'm not sure if I'm going to be able to do this. Take your picture in my heart, dear. When I die, you'll burn it.
I'm not going to be there for long, dear. I'll be waiting, dear.
Assamese translation:-
*বিদায় বেলা এবাৰ আহিবানে*
:: ঐ ধুনু ! কি কৰি আছা ?
:: এনেই আছো অ' জান । তুমি ?
:: মই কি কৰিম নো তোমাৰ ফটোবোৰ চাই আছো ।
:: কিয় ? ভাত খালা নে ?
:: এনেই অ' । খালো তুমি খালা নে ধুনু ?
:: নাই খোৱা । নাখাও অ' আবেলি খালো খাব মন নায় !
:: খাইলোৱা । নহলে ৰাতি কষ্ট পাবা ।
:: নাপাও অ' জান ।
:: মই যি কৈছো সেইটো কৰা । ভাত খাই লোৱা ।
:: হব । খাই আহি কথা পাতিম ।।
প্ৰিয়া তাইৰ ঘৰ শিৱসাগৰত । তাইক মই প্ৰথম ফেছবুকত দেখিছিলো । তাইক মই প্ৰথম মেচেজ কৰিছিলো । তাই মোৰ প্ৰতিটো লিখনি পঢ়িছিল আৰু মই মেচেজ কৰা লগে লগে তাই ৰিপ্লাই দিলে । এনেদৰেই আমি সদায় কথা পাতিলো । এদিন মই অনলাইন হোৱা নাছিলো অসুবিধা এটা হোৱা বাবে । সেইদিনা তাই মোক নাম্বাৰ খুজিলে । কিয় কোৱাত ক'লে অনলাইন নাহা যে ফোন কৰিম নাহিলে । মইয়ো তাই নাম্বাৰ ল'লো ।
আমি তেতিয়া পৰা WhatsApp ত মেচেজ কৰো । লাহে লাহে আমি ইজনে আনজনক এৰি থাকিব নোৱাৰা হ'লো । ৰাতি মই নোহোৱা লৈকে তাই নুশুৱে । এদিন কথা নাপাতিলে আমি থাকিব নোৱাৰো । এদিন মোৰ মবাইল অফ হৈ যোৱা বাবে তাইক মেচেজ কৰিব নোৱাৰিলো । তাইক পিছদিনা মেচেজ কৰিলো ।
:: অই বেয়া নাপাবা । কালি মানে ।
:: একো নকবা মোক । তুমি জানানে কালি উৰে ৰাতি মাথোঁ তোমাৰ বাবে ৰৈ আছিলো ।
:: মোৰ বাবে কিয় ৰৈ থাকিব লাগে । শুই যাব লাগে ।
:: কিয় ৰব লাগে ? তুমি জানা মই তুমি নহলে থাকিব নোৱাৰো । বহুত ভালপাওঁ তোমাক ।
:: ভালপোৱা । (তাই মোক ভালপায় । মই জানো কিন্তু তাই যে কব ভবা নাছিলো । বহুত ভাল লাগিল । সচাঁই আমি দুয়ো ইজনে আনজনৰ অবিহনে আধৰুৱা )
:: উম্ পাওঁ । বুজি নোপোৱা নেকি !
:: পাওঁ কিন্তু ! ভয় লাগে অ' তুমি যদি আঁতৰি যোৱা ।
:: নাযাও অ' ধুনু । মই সদায় তোমাৰ ।
:: মই জ্ঞান হে ।
:: ঐ মই আজি পৰা ধুনু বুলি মাতিম ।
:: ইমান মৰম । আগতে কোৱা হ'লে ইমান দিনে বিয়া দিন ঠিক কৰিলো হয় । মই তোমাক জান বুলি মাতিম ।।
:: পাগলটো । হব মাতিবা ।
বহুত ভালপাও তাইক । তাইও মোক বহুত ভালপায় । মই শিৱসাগৰ প্ৰায় গৈ থাকো । আমি বহুত বাৰ লগ পাইছো । তাইক মই বিয়াৰ প্ৰস্তাৱ দিলো । কিন্তু তাই একো নক'লে । আজি এতিয়া মোক ভাতখাব কৈছে । তাইক আজি আকৌ কৈ চাব লাগিব ।
ভাত খাই আহি তাইক মেচেজ দিলো ।।
:: জান মই আহিলো ।
:: ধুনু । আজি পৰা ভাত খাই শুবা । নহ'লে ৰাতি কষ্ট পাবা ।
:: হব । ঐ জান মই যে তোমাক বিয়াৰ কথা কৈছিলো কি ভাবিলা ?
:: এতিয়া সেইবোৰ বাদ দিয়া না !
:: কিয় ?
:: এনেই !
এনেকুৱা লাগিছে প্ৰিয়াই যেন কিবা এটা লুকুৱাইছে । মই একো নকলো তাইক । এদিন শিৱসাগৰ যাওতে মই প্ৰিয়াক খবৰ নিয়াকৈয়ে গ'লো । তাইৰ ঘৰত সকলোৰে আগত তাইক বিয়াৰ প্ৰস্তাৱ দিবলৈ বুলি ।।
শিৱসাগৰ পৰা প্ৰিয়াৰ ঘৰলে বেছি দূৰ নহয় । মই শিৱসাগৰৰ পৰা তাইৰ ঘৰলৈ যাবলৈ লওতে দেখিলো প্ৰিয়ায়ে এজন ল'ৰাৰ লগত ঘূৰি ফুৰিছে ।
মই লগে লগে তাইক ফোন কৰিলো । তাই ল'ৰাজনৰ পৰা অলপ আঁতৰি আহিল মোৰ লগত কথা পাতিলে ।
:: কি কৰি আছা ?
:: মাৰ লগত মন্দিৰলৈ যাব লৈছো অলপ পিছত কথা পাতিম ।
:: এবাৰ পিছফালে চোৱা আৰু জীৱনৰ বাবে পাতিব নালাগে ।
:: জ্ঞান তুমি ইয়াত !
:: অ' মই তোমাৰ ঘৰত বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছিলো । কিন্তু তুমি প্ৰিয়া ! কিয় এনেকুৱা কৰিলা ?
:: ধুনু সেই ল'ৰাজনৰ লগত মোৰ বিয়া ঠিক হৈ আছে । মই কি কৰিম মা হতে ঠিক কৰিছে ।
:: ধন্যবাদ ।।
তাইক আৰু মই একো নকলো গুচি আহিলো তাইৰ ওচৰৰ পৰা ।
তাই বাৰু কিয় এনেকুৱা কৰিলে । কেনেকৈ থাকিম তাই নহ'লে । কিয় তাই মোক এবাৰো নক'লে । তাই মোক বাৰে বাৰে ফোন কৰি আছে । মই কোনো উত্তৰ দিয়া নাই । ভাবিলো তাইক সুধি চাও মোৰ ভুল কি কি শাস্তি দিছে মোক তাই ।
:: শুনা ধুনু !
:: শুনিব লাগে কি শুনিব লাগে । তুমি আনৰ হবা জান । মই কেনেকৈ থাকিম । কি হব মোৰ জান । কোনে মোক কব, ঐ ভাত খালি নে ধুনু । ধুনু ভালপাওঁ অ' তোমাক । ঐ প্ৰিয়া মই পাগল হৈ যাম তুমি আনৰ হ'লে । প্ৰিয়া তুমি মোৰ হবা নে ?
:: মোক ক্ষমা কৰি দিয়া ধুনু । মই নোৱাৰো মা, দেউতাৰ মনত কষ্ট দিব ।
:: ঐ জান তেনেকৈ নকবা । মই নোৱাৰো থাকিব তুমি নহ'লে । কোনে কব মোক , ঐ ধুনু শুই থাকা , কোনে কব মোক পাগলটো । মই নোৱাৰো । তুমি মাথোঁ মোৰ । তুমি নহ'লে তোমাৰ পাগলটো সচাঁই পাগল হব । মোক নেৰিবা জান । আমাৰ ভালপোৱা শপত ।
:: ধুনু কিয় এনেকুৱা কৰিছা মই আনৰ হ'লো কি হল । সদায় তোমাৰ কাষতে পাবা মোক ।
:: ঐ ধুনু …… ঐ ধুনু …… মোক এৰি নাযাবা ধুনু …… ঐ ধুনু
তাই ফোন কাটি দিলে … আজি বহুত দিন হ'ল তাইৰ খবৰ নাই । তাই ক'ত গ'ল । ঐ ধুনু তুমি ঘূৰি আহা । মোক নেৰিবা ।
ঐ প্ৰিয়া মোৰ হৃদয়খন কিয় ভাঙিলা । কিয় প্ৰিয়া । মোৰ এবাৰ শুনিব মন গৈছে ধুনু বুলি এবাৰ মাতা ।। মৃত্যু আগত এবাৰ আহিবা নে …… এবাৰ মোক ধুনু বুলি মাতিবা নে । মোৰ হৃদয়ত থকা তোমাৰ ছবিখন লৈ যাবা প্ৰিয়া । মই মৰিলে জ্বলাই দিবা সেইখন ।
ঐ প্ৰিয়া মই বেছিদিন নাথাকো বিদায় বেলা এবাৰ আহিবানে । মই ৰৈ থাকিম প্ৰিয়া ।
🖋️ #Monjit Kurmi
#Kalponik__Story . .
Social Plugin