🥀কেনেকৈ বিচ্ছেদ নামিব সেই সম্পর্কত .....
যাক আপুনি নিজৰ আত্মাত দখল দিছে!
🥀কেনেকৈ বিচ্ছেদ নামিব সেই সম্পর্কত .....
যাক আপুনি নিজৰ আত্মাত দখল দিছে!
অবিনশ্বৰ আত্মাটিৰ দৰেই সেই ভালপোৱাৰ জানো কোনোবা দিন শেষ আছে .....?
কেনেকৈ তেওৰ ঠাই আপুনি আন জনক দিব যাৰ মূখখনতকৈ চৰণ দুখনক আপুনি আপোনাৰ শিৰত ঠাই দিছে .....?
ভগবানৰ দৰেই তেওঁৰ গভীৰতাখিনিক ত্যাগ জানো কৰিব পাৰিব আপুনি.....?
আপুনি নিজৰ সুখত সুখী হব কেনেকৈ, যিজনক আপুনি কাষত পালেই আলসুৱাকৈ ৰাখিবলৈ সপোন ৰচিছে....?
তেওঁৰ অনুপস্থিত আপুনি হব পাৰিবনে কিঞ্চিতমান হলেও শক্তিশালী, যিজনৰ হিচাপতকৈ এষাৰি মাত কম পালেও দুভৰি অচলাবস্থা হৈ পৰে....?
#ভগবানে তেওঁৰেই আশিষস্বৰূপে পঠাই দিয়া সকলোৰে সকলোজন প্ৰিয় মানুহক আজীবন লগত থাকি জীয়াই যোৱাৰ শক্তি দিয়ক🙏🥀
প্ৰেমটো প্ৰেমেই হয়, যি কেবল মাত্র দুটা শব্দ ই নহয় .... ❤
কথাটো এনেকুৱা কেতিয়াও নহয়... যে তোমাৰ অবিহনে থাকিব নোৱাৰিম.....😌
আচলতে... কথাটো এনেকুৱা... যে "তুমি থাকিলে বেছি সুখী হম "...😌❤️
এই জীৱন নামৰ দীঘল বাটচোৱা...মৰম ভালপোৱা বিশ্বাসেৰে পাৰ কৰিব পৰা সাহসখিনি তোমাতেই চোন পাওঁ...❤️🤗
Social Plugin