নালাগে শিলাবৃষ্টিৰ তীক্ষ্ণ আঘাত
*****************************
বেদনাৰ পৰ্বতত
বৈ অহা সময়ৰ নৈখন
কঢ়িয়াই অনা বিষাদৰ পলসেৰে
ভৰি থকা বুকুখন
যন্ত্ৰণাত ছটফটাই থকা শৰীৰ
প্ৰতি নিশা উজাগৰ
নালাগে শিলাবৃষ্টিৰ তীক্ষ্ণ আঘাত
তোমাৰ ফাগুন
মৃত্যু পথত ৰৈ আছোঁ
পাৰ খহি খহি
উটি গʼল সপোন
শুকান মনতো নাই
আশাৰ দুবৰি বন
একোৱেই নুবুজে
এই সময়ৰ নৈখন
মাথোঁ বৈ যায়
নিজস্ব গতিৰে।
Monjit kurmi ✍️
On the mountain of pain
The river of flowing time
with the sediment of melancholy it carried
The chest is full
Body struggling in pain
Awake every night
There is no need for a sharp blow of hail
Your Fagun
I'm waiting on the road to death
The banks are falling apart
The dreams were lost
I don't have a dry mind
There are two forests of hope
He doesn't understand anything
The river of this time
It just flows
at their own pace.
Social Plugin