( পুৰুষৰ আত্মায়ে কান্দিছে)
-----------খণ্ড-১----------
যেতিয়া মই গম পালো , মই নজনাকৈ মোৰ পত্নী প্ৰেমিকৰ লগত ৬ বাৰ হোটেল ৰুমলৈ গৈ সহবাশ কৰিছিল ।।
মোৰ কলিজায়ে কান্দিছিল যদিও কোনো প্ৰশ্ন কৰা নাছিলোঁ কাৰণ বিয়াৰ আগত কাৰোবাৰ জীৱনত প্ৰেম ভালপোৱা থাকিব পাৰে ,
হলেও মোৰ নিজৰ ওপৰতে ঘৃণাৰ চীন এটা বহি উঠিছিল ,
আজি আমাৰ বিয়া হোৱা ৩ মাহ হৈছে যদিও মোৰ পত্নীৰ গৰ্ভত ওপঙি আছে অইন পুৰুষৰ তেজৰ চেকুৰা ,,,,,
মোৰ পত্নী নিকিতা তাই মোৰ বাবে সকলো বিয়াৰ আগত হৈ যোৱা অবাঞ্ছনীয় কথা বোৰ ভাবিবলৈ এৰিছোঁ ।
হলেও বাটে পথে ওলাই গলে সমাজৰ প্ৰতিটো লোকে মোক হাঁহিৰ চকুলোৰে চাই ।।
মোৰ পত্নী নিকিতা একচলি তাইৰ ও ভুল নাই , বিয়াৰ আগৰে পৰা মই তাইক বৰ ভাল পাইছিলোঁ।
মই জানিছিলোঁ তাইৰ প্ৰেমিকজনে এতিয়াও তাইৰ লগত চলনা কৰি আছে ।
দুয়োখন ঘৰৰ সন্মতি ক্ৰমে আমাৰ ব্যবস্তা পনা বিয়া হৈছিল।
ঘৰৰ মানুহৰ হেঁচাত তাই মোৰ সৈতে সুমৰ জুইত সাক্ষী কৰি দুয়ো একেলগে পতি পত্নী হৈছিলোঁ ।।
আজি তিনিমাহ পাৰ হল তাইৰ হৃদয়ৰ গোপনীয় মৰম বোৰ ধৰিব পৰা নাই ।
পত্নীৰ প্ৰতি মোৰ মৰম নাই সেইটো নহয় । তাইক মই বৰ ভাল পাওঁ কেৱল তাই হে মোৰ সৈতে সম্পৰ্ক গঢ়িব নিবিচাৰে ।।
মাজে মাজে অনুভৱ হয় আকাশত উৰি ফুৰা চৰাই এটি মই আবদ্ধ কৰি ৰাখিছোঁ নেকি ।।
ঘৰৰ মা হতে কিবা কলে তাই অকলে কান্দি থাকে । তাইক মই উৎসাহ দিওঁ নাই তাই মোৰ কথা দুৰৰে কথা ওলোটাই মোক উত্তৰ দিয়ে
প্লিজ আপুনি মোৰ কাষ চাপিবলৈ চেষ্টা নকৰিব । মই মোক মোৰ মতে চলিবলৈ দিয়ক।।।
Social Plugin