অসমৰ চাহ বাগিচা সম্প্ৰদায়ৰ কল্যাণ

 অসমৰ চাহ বাগিচা সম্প্ৰদায়ৰ কল্যাণৰ অৰ্থে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ এইবাৰৰ বাজেটতো চাহ বাগিচা শ্ৰমিকসকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰা হয়৷




Welfare of tea tribe communities have always been one among the prime agenda of Govt of Assam, the waiver of electricity dues is a huge step towards improving their life conditions.


#AssamBudget2024