শব্দ যিয়েই নহওক কিয়
সাধাৰণ নহয়, মোৰ মতে আকৌ অতি অসাধাৰণ কথা!
শব্দ যিয়েই নহওক কিয়
সাধাৰণ নহয়, মোৰ মতে আকৌ অতি অসাধাৰণ কথা!
এগৰাকী নাৰী শিশুৰ পৰা শ্বাব্লম্বিলৈ যোৱাৰ পথত ভৰি দিলেই পিৰিয়ড নামৰ ৰোগটো তাইৰ জীৱনৰ অহৰহ সংগী হৈ পৰে...
যদিও তেওঁলোকে নিবিচাৰে তথাপিও এটা মাহ শেষ হওঁতে নহওতেই লগে লগে সেই পিৰিয়ড আহি উপস্থিত...
এই ৰোগৰ সৈতে জীয়াই থাকিব লাগিব এগৰাকী নাৰীক...
স্কুললৈ যাব লাগিব।
ঘৰৰ কাম কৰিব লাগিব।
অধ্যয়ন কৰিব লাগিব..
সকলো কাম শেষ কৰিও দিনটোৰ শেষত সুখ বিচাৰি ফুৰে..
সেই পিৰিয়ডৰ সৈতে তেওঁলোকে স্বামী, শহুৰেক, শাহুৱেকৰ সৈতে সংসাৰ কৰিব লাগিব... সন্তানক ডাঙৰ-দীঘল কৰিব লাগিব...
সেই পিৰিয়ডৰ সময়ছোৱাতো তেওঁলোকে নকয় যে মই এইটো বা সেইটো কৰিব নোৱাৰো। মুখ বুজি সকলো সহ্য কৰাৰ ক্ষমতা থকাৰ বাবেই সিহঁত নাৰী।
সিহঁতে ল'ৰাবোৰৰ তালৰ লগত তাল মিলাই কাম কৰিও সফলতা অৰ্জন কৰিছে..
সেইদিনাৰ যন্ত্ৰনা যে কেনেকুৱা হয়। সেইটো কেৱল নাৰী সকলে বুজিব।
৪-৫ দিন অসহ্য যন্ত্ৰণাৰ মাজতো মুখত হাঁহি লৈ জীয়াই আছে এতিয়াও হাজাৰ হাজাৰ নাৰী।
আজি তেওঁলোকে এই কষ্ট সহ্য কৰাৰ বাবেই এজন পুৰুষে দেউতা মাত শুনিবলৈ পায় আৰু এটা পৰিয়ালত নামি আহে সুখৰ জোৱাৰ।
নাৰী, তুমি ধন্য, তুমি ইমান বেদনা লৈ জীৱনটো জীয়াই আছা..
পিৰিয়ড আৰম্ভণিৰ পৰা মাজভাগলৈকে কিছুদিন অসহ্যকৰ হলেও কিন্তু শেষৰ দিনটো মুক্তিৰ দিন।
অনুগ্ৰহ কৰি কোনেও যাতে বেয়া কৈ নলয়।
@followers
Social Plugin