Love lifeline query 100+

{1}     আগৰ প্ৰেমে মাথোঁ দুটি প্ৰবিত্ৰ মনৰ মৰম বিচাৰিছিল...?

কিন্তু 

এতিয়াৰ প্ৰেমে মাথোঁ এগৰাকী নাৰীৰ 

দেহটোহে বিচাৰে....


  {2}    এটা নিদিষ্ট বয়সৰ পিছত মানুহৰ চেহেৰা, সৌন্দর্য্য, গুড লুকিং, একোৱেই আকৰ্ষণ নকৰে, যিটোৱে আকৰ্ষণ ক'ৰে সেইটো হৈছে মানুহ জনৰ ব্যক্তিত্ব, আচাৰ ব্যৱহাৰ, কথা কোৱাৰ ধৰণ, আৰু মানুহ জনৰ চৰিত্ৰ।



  {3}  আপোনবোৰ ক'ত কেতিয়া কেনেকৈ হেৰাল বুজিব নোৱাৰিলো....


সপোনবোৰ কাৰ আঘাতত কেনেকৈ ভাঙিল ধৰিব নোৱাৰিলো.... সুখী নহয় মই দুখী হবলৈ বাধ্য হলো.... তোমাৰ সুখৰ বাবেই তোমাৰ পৰা আতৰি আহিলো....


 {4} পৃথিৱীৰ এই বিশাল জন অৰণ্যত যদি মই কেতিয়াবা


হেৰাই যাওঁ


তুমি বাৰু মোক অলপ বিচাৰিবানে...?


বহু দিন যদি তোমাৰ সৈতে মোৰ দেখা সাক্ষাৎ নহয় তুমি বাৰু মোৰ কথা অলপ ভাবিবানে...?


আৰু যদি কেতিয়াবা মই কোনো দিনেই ঘূৰি নাহো


তুমি বাৰু মোক মনত পেলাবানে...?


{5}    অনুমতি লৈ যি হৃদয়ত সোমাই সেয়া ভালপোৱা নহয়.... ভালপোৱা টো তাক কয় মগজুৱে নিবিচাৰিলেও যি হৃদয়ত থিতাপি লয়....


 {6}হৃদয়ৰ দুখবোৰ লুকুৱাই ৰাখিবলৈ কিমান যে কঠিন.... চকুপানী মুচি পুনৰ হাঁহিবলৈ তাতোকৈয়ো বেছি কঠিন.... কাৰোবাৰ সতে বহুদূৰ আগবাঢ়ি যোৱা আৰু পিছত চোৱাচোন..